Breaking

‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এতিয়া আজমলক লাগে : ‘ নতুন দিল্লীত এই মন্তব্য APCCৰ সভাপতি ভূপেন বৰাৰ…

0 18

‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এতিয়া আজমলক লাগে। আজমলবিহীন অসমে মুখ্যমন্ত্ৰীক বিপদত পেলাইছে।

ছয় জনগোষ্ঠী আৰু শিক্ষকৰ আন্দোলনক আঁতৰাই থ’ব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে।

বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকলৈকে কাকো ৰেহাই দিয়া নাই মুখ্যমন্ত্ৰীয়ে।’ নতুন দিল্লীত এই মন্তব্য APCCৰ সভাপতি ভূপেন বৰাৰ।

Leave A Reply

Your email address will not be published.