Breaking

যদি কোনোবা নদীলৈ যায়, ঘূৰি নাহে; তেন্তে নিয়তিৰ পৰিহাস মানি লোৱা উচিতঃ ৰমেন বৰুৱাৰ নিৰুদ্দেশৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

0 35

আজি এক সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰমেন বৰুৱাৰ নিৰুদ্দেশৰ সন্দৰ্ভত কৰিলে মন্তব্য। আজি পাঁচ দিনে সন্ধান নাই বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ।

ৰমেন বৰুৱাৰ নিৰুদ্দেশৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰি ক’লে ৰমেন বৰুৱা ব্ৰহ্মপুত্ৰৰ নদীলৈ যোৱাৰ প্ৰমাণ আছে,অহাৰ প্ৰমাণ নাই।যদি কোনোবা নদীলৈ যায়, ঘূৰি নাহে; তেন্তে সকলোয়ে নিয়তিৰ পৰিহাস মানি লোৱা উচিত> উচ্চ ন্যায়লয়ৰ অধিবক্তাৰ লগত কথা পাতিছোঁ, তেওঁ নদীলৈ গৈছে। কিন্ত ঘূৰি অহা দেখা নাই।

Leave A Reply

Your email address will not be published.