মে মাহৰ পৰাই হোটেল খনৰ এটা বিশেষ কোঠাত আছিল মৃত CID বিষয়াজন।
০৪-০৫-২০২২ত অৰ্থাৎ মে মাহত নিজৰ বাবে লৈছিল কোঠাটো।
মৃত CID বিষয়াজন নিৰ্মল ভূঞা।
CID ৰ ASI হিচাপে কর্মৰত আছিল নিৰ্মল ভূঞা।
মৃত নিৰ্মল ভূঞাৰ ঘৰ নলবাৰীত।
মৃত্যুৰ কাৰণ এই মুহূৰ্তলৈ জানিব পৰা হোৱা নাই।