জম্মু-কাশ্মীৰৰ অনন্তনাগত ভয়ংকৰ সংঘৰ্ষ।
ভাৰতীয় সেনাৰ কৰ্ণেল মনপ্ৰীত সিং, মেজৰ আশীষ ধোনাক, জম্মু-কাশ্মীৰৰ DSP হুমায়ুন ভট ছহিদ।
জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ সৈতে গুলীয়াগুলীত কৰ্ণেল মনপ্ৰীত সিং, মেজৰ আশীষ ধোনাক, জম্মু-কাশ্মীৰৰ DSP হুমায়ুন ভট ছহিদ হয়।

কাশ্মীৰৰ অনন্তনাগ জিলাৰ কোকেৰনাগ অঞ্চলত এই সংঘৰ্ষ।
ছহিদ কৰ্ণেলজন সেনাৰ মেডেলেৰে সন্মানিত মনপ্ৰীত সিং, মেজৰ আশীষ ধোনচাক আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ DSP হুমায়ুন ভাট ছহিদয
ছহিদ কেইগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে DGP দিলবাগ সিং,জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাৰ লগতে আন শীৰ্ষ বিষয়াসকলে।
নিজ গৃহলৈ লৈ অহা হ’ল শ্বহীদ DSP হুমায়ুন ভটক।