Breaking

মৰিগাঁও WUSHU Association প্ৰশংসনীয় পদক্ষেপ

0 2,024

ভূৰাগাঁও ,প্ৰতিবেদক :- ভাৰত তথা অসমৰ খেলুৱৈ সকলে সমগ্ৰ বিশ্বতে নিজৰ নাম উজ্জ্বল কৰা সময়ছোৱাত মৰিগাঁও WUSHU Association ৰ প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হয় |  মৰিগাঁও কাৰাটে খেলুৱৈ সকলৰ প্ৰতিভা বিশ্ব দৰবাৰলৈ প্ৰেৰণ কৰা স্বাৰ্থত মৰিগাৱত দুদিনীয়াকৈ মৰিগাঁও জিলা য়ুছো এছছিয়েচনে মৰিগাঁও স্কুল খেল পথাৰত আয়োজন কৰা জিলা ভিত্তিত য়ুছো প্ৰতিযোগিতাৰ সুফল সমাপ্তি ঘটে । এই প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ কেইবাটাও দলে যোগদান কৰিছিল আৰু সোন, ৰুপ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় । সদৌ শেষত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা খেল খনত য়ুছো সন্থাৰ সভাপতি বিমলজোতি বৰদলৈয়ে মন্তব্য কৰে যে মৰিগাঁও পৰা নতুন নতুন খেলুৱৈ ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বাবে উলিয়াই নিব কাৰণে এই প্ৰতিযোগিতা আয়োজন কৰা হৈছিল ।

Leave A Reply

Your email address will not be published.