Breaking

যোৰহাটত উপস্থিত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী…

0 43

যোৰহাটত উপস্থিত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী।

গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে।

যোৰহাট বিমান বন্দৰত বিহুৰে অসমলৈ স্বাগতম জনাই নেত্ৰীগৰাকীক। উপস্থিত থাকে গৌৰৱ গগৈ, ভূপেন বৰা আৰু কংগ্ৰেছৰ কাৰ্যকৰ্তা সকল।

Leave A Reply

Your email address will not be published.