Breaking

তেল চুৰি চক্ৰৰ পৰা G.Payৰ জৰিয়তে ধন লোৱাৰ অভিযোগ কংগ্ৰেছী বিধায়কৰ পুত্ৰৰ বিৰুদ্ধে…

0 21

তেল চুৰি চক্ৰৰ সৈতে সম্পৰ্ক বিধায়ক পুত্ৰৰ! কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰেজাউল হুদা ওৰফে ৰকিবুলক বিচাৰি আৰক্ষীৰ অভিযান।

তেল চুৰি চক্ৰৰ পৰা G.Payৰ জৰিয়তে ধন লোৱাৰ অভিযোগ বিধায়ক পুত্ৰৰ বিৰুদ্ধে। তেল চুৰিত গ্ৰেপ্তাৰ হোৱা ইব্ৰাহিম নামৰ অভিযুক্তই আৰক্ষীক দিছে ভাষ্য।

ইব্ৰাহিমৰ পৰা G.Payৰ জৰিয়তে ধন লৈছিল ৰেজাউলে। আৰক্ষীয়ে লাভ কৰিছে ধনৰ লেন-দেনৰ বিতং তথ্য।

Leave A Reply

Your email address will not be published.