জিগনেশ মেৱানীক বিনাচৰ্তে মুক্তিৰ দাবীত বঙাইগাঁৱস্থিত ৰাজীৱ ভৱনত কংগ্ৰেছৰ প্ৰতিবাদ

গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীক বিনাচৰ্তে মুক্তিৰ দাবীত বঙাইগাঁও চহৰ স্থিত ৰাজীৱ ভৱনত কংগ্ৰেছৰ প্ৰতিবাদআজি বঙাইগাঁও চহৰস্থিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বঙাইগাঁও জিলা সমিতিৰ জিলা কাৰ্যলয় সমুখত বিধায়াক প্ৰদীপ সৰকাৰ
আৰু আব্দুল বাতেন খণ্ডেকাৰৰ উপস্থিতিত কংগ্ৰেছ কৰ্মী সকলে গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীক বিনাচৰ্তে মুক্তিৰ দাবীত প্ৰতিবাদ কৰে ।

Related Articles