৪ ৰাজ্যৰ ভোটগণনা, কোনে মাৰিব শেষ হাঁহি…

আৰম্ভ হ’ল ৪ ৰাজ্যৰ ভোটগণনা।

কোনে মাৰিব শেষ হাঁহি?

মধ্যপ্ৰদেশ,ৰাজস্থান,ছত্তিশগড় আৰু তেলেংগানা এই চাৰি ৰাজ্যৰ ফলাফলকলৈ জল্পনা-কল্পনা আৰম্ভ।

২০২৪ৰ ছেমি ফাইনেলসদৃশ হ’ব এই ফলাফল।

ছত্তিশগড়ত ২০ খন আসনত কংগ্ৰেছৰ অগ্ৰগতি আৰু বিজেপিৰ ১৮খন আসনত অগ্ৰগতিৰ খবৰ।

Related Articles