Breaking

ভোটগণনাঃ গুৱাহাটীত কাৰ অগ্ৰগতি! মীৰা বৰঠাকুৰ নে বিজুলী কলিতা মেধি…

0 44

গুৱাহাটী লোকসভা সমষ্টিৰ দুধনৈত বিজেপিৰ অগ্রগতি লাভ।

হাজো শুৱালকুছি সমষ্টিত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ।

ছমৰীয়াত কংগ্ৰেছ প্রার্থী মীৰা বৰঠাকুৰৰ অগ্ৰগতি।

বকো ছয়গাঁও সমষ্টিত বিজেপিৰ অগ্ৰগতি

পলাশবাৰী সমষ্টিতো বিজেপিৰ বিজুলী কলিতা মেধিৰ অগ্রগতি।

Leave A Reply

Your email address will not be published.