Breaking

অগণন বিলাসী গাড়ী আম্বানীৰ! মুকেশে আম্বানীয়ে প্ৰতিমাহে চালকক কিমান টকা দিয়ে…

0 50

আম্বানীৰ গাড়ী চালকে প্ৰতিমাহে কিমান টকা পায় জানেনে।বিভিন্ন সূত্ৰৰ খবৰ অনুসৰি অনন্তৰ বিয়াত প্ৰায় ৫ হাজাৰ কোটি টকা ব্যয় কৰিছিল মুকেশে।বিয়াত ব্যয় কৰা ধন আম্বানীৰ বাৰ্ষিক আয়ৰ মাত্ৰ ০.৫ শতাংশ।

মুকেশ আম্বানীৰ ঘৰত ৬০০ কৰ্মচাৰী আছে। মুকেশে নিজৰ ব্যক্তিগত গাড়ী চালকক মাহে দুই লাখ টকাৰ দৰমহা দিয়ে। হিচাপ কৰিলে বছৰি ২৪ লাখ টকা হয়। কিন্তু এইটো কেইবছৰমান আগৰ প্ৰতিবেদন। কিন্তু শেহতীয়াকৈ এই দৰমহা বৃদ্ধি হৈছে নে নাই সেয়া জানিব পৰা হোৱা নাই।

Leave A Reply

Your email address will not be published.