Breaking

Cows seized in Jalukbari; driver arrested জালুকবাৰীত ট্ৰাকসহ ২৩ টা গৰু জব্দ ; চালকক গ্ৰেপ্তাৰ

19

Cows seized

অসম আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰূদ্ধে ব্যৱস্থা গ্ৰহণ কৰা বুলি দাবী কৰি আহিলেও ৰাজ্যৰ আন অঞ্চলটো বাদেই খোদ গুৱাহাটী মহানগৰীৰ মাজেৰে মেঘালয় হৈ বাংলাদেশলৈ নিশাৰ ভাগত ৰাষ্ট্ৰীয় ঘাইপথৰে ট্ৰাকত গৰু সৰবৰাহ হৈ আছে।

Cows seized

নিশা জালুকবাৰী আৰক্ষী চকীৰ এটা আৰক্ষীৰ দলে শৰাইঘাট দলঙৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা এক অভিযানত । অভিযানত দৰং জিলাৰ খাৰূপেটিয়াৰ পৰা এ এছ ০৬ বি চি ১৫৩৮ নম্বৰৰ ট্ৰাকৰে যোৰাবাট অভিমুখে গৈ থকা অৱস্থাত ২৩ টাকৈ গৰু উদ্ধাৰ কৰা ঘটনাই।

Cows seized

অৱশ্যে ট্ৰাকখনত মুঠ তিনিজন লোক আছিল যদিও আৰক্ষীৰ দল দেখি ট্ৰাকত থকা দুজন সৰবৰাহকাৰী পলাই যাবলৈ সক্ষম হয় । আৰক্ষীয়ে আব্দুল আলী নামৰ ট্ৰাক চালক জনক গ্ৰেপ্তাৰ কৰে

Cows seized

গ্ৰেপ্তাৰ কৰা আব্দুল আলীক জালুকবাৰী আৰক্ষীয়ে সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে

লগতে পঢ়কঃOnline Trading Scam: গুৱাহাটীত কণ্ঠশিল্পী দীক্ষুৰ ঘৰত লুকাই আছিল চুমি আৰু তাৰ্কিক…

Comments are closed.