পিতা-পুত্ৰৰ সময়! পুত্ৰৰ সৈতে বিশ্বকাপ জয়ৰ আনন্দ উদযাপন হাৰ্দিক পাণ্ডিয়াৰ…

পুত্ৰৰ সৈতে সময় অতিবাহিত ক্ৰিকেটা হাৰ্দিক পাণ্ডিয়াৰ।

পুত্ৰ অগস্ত্যৰ সৈতে বিশ্বকাপ জয়ৰ আনন্দ উদযাপন কৰিছে হাৰ্দিক পাণ্ডিয়াই।

সেই সময়ত ক্ৰিকেটাৰগৰাকীৰ সৈতে দেখা নগ’ল পত্নীক।

আনহাতে সামাজিক মাধ্যমত পত্নীৰ সৈতে সম্পৰ্কত ফাঁট মেলাৰো খবৰ ওলাইছে।

পুত্ৰ অগস্ত্যৰ সৈতে ফটো শ্বেয়াৰ কৰি সামাজিক মাধ্যমত ক্ৰিকেটাৰগৰাকীয়ে লিখিলে, ‘My #1! Everything I do, I do for you ❤️❤️❤️’

Related Articles