হৃদয়বিদাৰক দৃশ্য! কান্দি কান্দি পিতৃয়ে নলাত বিছাৰি ফুৰিছে পুত্ৰক…

গুৱাহাটী মহানগৰীৰ উন্মুক্ত নলা-নৰ্দমা পানীৰে একাকাৰ হৈ পৰিছে ৰাস্তাৰ সৈতে।

চানমাৰিৰ জ্যোতিনগৰৰ গণেশ মন্দিৰৰ সমীপত পিতৃৰ স্কুটিৰ পৰা নলাত পৰি পাহাৰৰ পৰা বৈ অহা পানীৰ সোঁতত উটি যায় অবিনাশ নামৰ এটি শিশু।


অসহায় পিতৃয়ে নলা নৰ্দমাত বিছাৰি ফুৰিছে নিজৰ শিশু পুত্ৰক।

৩৬ ঘণ্টাৰ পিছতো সন্ধান পোৱা নাই ৮ বছৰীয়া শিশুটিৰ।

বৃহস্পতিবাৰে নিশা কৃত্ৰিম বানত উটি গৈছিল অবিনাশ সৰকাৰ নামৰ শিশুটি।

Related Articles