Breaking

উৎকোচ লৈ গ্ৰেপ্তাৰ CSIR-NEISTৰ বিষয়া-বিজ্ঞানী ! গুৱাহাটীকে ধৰি যোৰহাটৰ ৮টা স্থানত চলিছে CBIৰ অভিযান…

0 148

উৎকোচ লৈ গ্ৰেপ্তাৰ CSIR-NEISTৰ বিষয়া-বিজ্ঞানী। CBIয়ে গ্ৰেপ্তাৰ কৰিছে ক্ৰয় আৰু সংৰক্ষণ বিভাগৰ নিয়ন্ত্ৰক প্ৰবীণ কুমাৰ বাৰ্মাক। বিজ্ঞানী প্ৰসেনজিৎ মান্নাকো গ্ৰেপ্তাৰ CBIৰ। প্ৰবীণ কুমাৰ বাৰ্মাৰ পৰা জব্দ ৭ লাখ টকা।

আন অভিযুক্ত ৬ বিষয়া-কৰ্মচাৰীকো জেৰা CBIৰ। গুৱাহাটীকে ধৰি যোৰহাটৰ ৮টা স্থানত চলিছে CBIৰ অভিযান।

গৱেষণা প্ৰতিষ্ঠানত সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰতো বিত্তীয় অনিয়মৰ অভিযোগ। কেইবাজনো কৰ্মচাৰীৰ চৰকাৰী বাসগৃহত অভিযান CBIৰ দলটোৰ।

Leave A Reply

Your email address will not be published.