Breaking

নেপালৰ কাঠমাণ্ডুত ভয়ংকৰ বিমান দুৰ্ঘটনা! নিহত ৫ জনকৈ লোক…

0 29

নেপালৰ কাঠমাণ্ডুত ভয়ংকৰ বিমান দুৰ্ঘটনা।

উৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন।

ত্ৰিভূৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উৰণৰ সময়তে দুৰ্ঘটনা সংঘটিত হয়।

বিমানখনত আছিল ১৯ গৰাকী যাত্ৰী।

বৰ্তমানলৈকে দুৰ্ঘটনাটোত মৃত্যু হয় ৫ জনকৈ লোকৰ।

Leave A Reply

Your email address will not be published.