Breaking

মহানগৰীত ৭ দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন ঘোষণা

0 2,054

কোভিডৰ সংক্ৰমণ বৃদ্ধি,মহানগৰীৰত ৭ দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন ঘোষণা ।উক্ত স্থানত কোনো লোক প্ৰৱেশ কৰিব নোৱাৰিব। ২৭ অক্টোবৰৰ পৰা কাৰ্যকৰী হৈছে এই নিৰ্দেশনা।মহানগৰীত কোভিডৰ সংক্ৰমণ বৃদ্ধি ৰূপনগৰৰ এটা অঞ্চলক ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জ’ন। জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া কণ্টেইনমেণ্ট জ’ন হৈছে   NORTH ASTC কৰ্মশালা, SOUTH GMC পথ, EAST শ্ৰীমন্তপুৰ পথ আৰু WEST ৰূপনগৰ মূল পথ। এই অঞ্চলত ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জ’ন। ৭ দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে এই অঞ্চলটোত। উক্ত স্থানত কোনো লোক প্ৰৱেশ কৰিব নোৱাৰিব।মহানগৰীত কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ ফলত পুনৰ ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জ’ন।

Leave A Reply

Your email address will not be published.