Deepika Padukone: দুমহীয়া কন্যা সন্তানৰ সৈতে প্ৰথমবাৰৰ বাবে দেখা গ’ল মাতৃ দীপিকা পাডুকনক

মাতৃ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে বিমানবন্দৰত দেখা পোৱা গ’ল দীপিকা পাডুকনক। য’ত দুমহীয়া কন্যা দোৱাক বুকুৰ ওচৰত ধৰি ৰখা দেখা গৈছিল। এই সময়ত দোৱাৰ মাক, আইতা আৰু দেউতাককো দেখা গ’ল। তিনিওজনকে মুম্বাইৰ কলিনা বিমানবন্দৰত দেখা গৈছিল। ফটোবোৰ চাওঁ আহক।(Deepika Padukone)

প্ৰসৱৰ পিছত প্ৰথমবাৰৰ বাবে দেখা গৈছে দীপিকা পাডুকনক। আটাইতকৈ বিশেষ কথাটো হ’ল তেওঁৰ কন্যা দুয়াকো দেখা গ’ল। কন্যাৰ সৈতে প্ৰথমবাৰৰ বাবে দেখা গ’ল দীপিকাক। (Dua Padukone Singh)

দীপিকা পাডুকনৰ সৈতে ৰণবীৰ সিং আৰু তেওঁৰ শাহুৱেক অঞ্জু ভৱনীকো দেখা গ’ল। কিন্তু এই সময়ছোৱাত দম্পতীহালে কেঁচুৱাটোৰ মুখখন ঢাকি ৰাখিছে।(Ranveer Singh)

দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে প্ৰথমবাৰৰ বাবে দীপাৱলী উপলক্ষে কন্যাৰ ফটো শ্বেয়াৰ কৰে। লগতে নামটোও প্ৰকাশ কৰিলে। তেওঁ ক’লে যে তেওঁ নিজৰ কন্যাৰ নাম ৰাখিছে দোৱা। যাৰ অৰ্থ হৈছে প্ৰাৰ্থনা।

ৰণবীৰ সিঙৰ কন্যা দুৱাৰ বয়স মাত্ৰ দুমাহ। ২০২৪ চনৰ ৮ ছেপ্টেম্বৰত মুম্বাইৰ এখন চিকিৎসালয়ত জন্মগ্ৰহণ কৰিছিল। বিবাহৰ ছবছৰৰ পিছত পিতৃ-মাতৃ হয় দম্পতীহাল।

Related Articles