Breaking

শীঘ্ৰে মাতৃ হ’ব দীপিকা পাডুকন! মাতৃ হ’বলগীয়া দীপিকা পাডুকনে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে বেবী বাম্পৰ ফটো…

0 63

শীঘ্ৰে মাতৃ হ’ব দীপিকা পাডুকন!

সামাজিক মাধ্যমত অভিনেত্ৰীগৰাকীৰ বেবীবাম্পৰ ফটো শ্বেয়াৰ।

শেহতীয়াকৈ অভিনেত্ৰীগৰাকীক ‘কলকী ২৮৯৮ খ্ৰীষ্টাব্দ’ এটা অনুষ্ঠানত দেখা গৈছিল। য’ত উপস্থিত আছিল অমিতাভ বচ্চন, কমল হাছান, প্ৰভাস, ৰাণা ডাগ্গুবাটি।

Leave A Reply