Deeplina Deka:কন্ঠশিল্পী দীপলিনা ডেকাৰ বিশেষ আলোকচিত্ৰ মহালয়াত

গুৱাহাটী, ২ অক্টোবৰঃ (Deeplina Deka) কন্ঠশিল্পী দীপলিনা ডেকাৰ বিশেষ আলোকচিত্ৰ মহালয়াত । মহালয়াৰ ক্ষণত দীপলিনাই পোষ্ট কৰিছে কেইখনমান বিশেষ আলোকচিত্ৰ। ইতিমধ্যে ছ’চিয়েল মিডিয়াত খলকনি তুলিছে আলোকচিত্ৰকেইখনে।মহালয়াৰ পবিত্ৰ দিনটোত ৰাজ্যবাসীক শুভেচ্ছা জনাইছে জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই। ছ’চিয়েল মিডিয়া পোষ্টযোগে তেওঁ লিখিছে এনেদৰে- ‘এই মহালয়াত দেৱী দুর্গাৰ আগমনে পূৰ্ণ কৰক সকলোৰে জীৱন, আনন্দ সুখ আৰু শান্তিৰে।’

কন্ঠশিল্পী দীপলিনা ডেকাৰ বিশেষ আলোকচিত্ৰ
ছ’চিয়েল মিডিয়াত খলকনি তুলিছে আলোকচিত্ৰকেইখনে
ইতিমধ্যে ছ’চিয়েল মিডিয়াত খলকনি তুলিছে আলোকচিত্ৰকেইখনে

Related Articles