Breaking

দিল্লীৰ বিমানবন্দৰত ভয়ংকৰ অঘটন

0 20

দিল্লীৰ বিমানবন্দৰত ভয়ংকৰ অঘটন সংঘটিত হৈছে । ঘটনাৰ বিৱৰণী অনুসৰি শুকুৰবাৰে অকাস্মাতে বিমানবন্দৰৰ টাৰ্মিনেলৰ চাদ খহি পৰে । ঘটনাত গুৰুতৰভাৱে ৪ গৰাকীলোক আঘাতপ্ৰাপ্ত হয় ।

আহতসকলক ইতিমধ্যে ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে । ইফালে এই ঘটনাৰ ফলত একাধিক বাহন ক্ষতিগ্ৰস্ত হয় । আনহাতে ঘটনাৰ সবিশেষ বুজ ল’বলৈ বিমানবন্দৰ কৰ্তৃপক্ষই উপস্থিত হয় ।

Leave A Reply