Breaking

Delhi Chief Minister : দিল্লীৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব ?

57

Delhi Chief Minister দিল্লীৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব ?.উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰাৰ পিছতে কেজৰিৱালে কাৰাগাৰৰ পৰা বাহিৰলৈ আহিবলৈ সক্ষম হৈছে। কাৰাগাৰৰ পৰা ওলায়েই তেওঁ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব বুলি ঘোষণা কৰিছিল আৰু তেওঁৰ স্থানত দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ’ব আতিশী মাৰ্লেনানা (Atishi Marlenana)

দৈনন্দিন বাৰ্তাৰ সেৱা দিল্লী , ১৯ ছেপ্টেম্বৰঃDelhi Chief Minister দিল্লীৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব ?.উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰাৰ পিছতে কেজৰিৱালে কাৰাগাৰৰ পৰা বাহিৰলৈ আহিবলৈ সক্ষম হৈছে। কাৰাগাৰৰ পৰা ওলায়েই তেওঁ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব বুলি ঘোষণা কৰিছিল আৰু তেওঁৰ স্থানত দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ’ব আতিশী মাৰ্লেনানা (Atishi Marlenana)। অৰবিন্দ কেজৰিৱালৰ পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰাৰ লগতে ২১ ছেপ্টেম্বৰত আতিশীক দিল্লীৰ মুখ্যমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰিবলৈ প্ৰস্তাৱ দিছে।

অৰবিন্দ কেজৰিৱালৰ পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰাৰ লগতে ২১ ছেপ্টেম্বৰত আতিশীক দিল্লীৰ মুখ্যমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰিবলৈ প্ৰস্তাৱ দিছে। ।নতুন চৰকাৰ গঠনৰ বাবে আতিশীয়ে দিয়া পত্ৰত শপতগ্ৰহণৰ কোনো পছন্দৰ তাৰিখ উল্লেখ কৰা হোৱা নাছিল। ইয়াৰ উপৰি তেওঁ অকলে শপত গ্ৰহণ কৰিব পাৰে বুলি ইংগিত দি কেবিনেট মন্ত্ৰীৰ নাম পিছত দাখিল কৰিব বুলিও উল্লেখ কৰিছিল।ইফালে কেজৰিৱালে এসপ্তাহৰ ভিতৰত নিজৰ চৰকাৰী বাসগৃহৰ পৰা ওলাই যাব বুলি বুধবাৰে আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে জনাইছে। সংবাদমেলত সিঙে কয় যে কেজৰিৱালে মুখ্যমন্ত্ৰী হিচাপে উপভোগ কৰা সকলো সুবিধাও ত্যাগ কৰিব।”উল্লেখ্য উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰাৰ পিছতে কেজৰিৱালে কাৰাগাৰৰ পৰা বাহিৰলৈ আহিবলৈ সক্ষম হৈছে। কাৰাগাৰৰ পৰা ওলায়েই তেওঁ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব বুলি ঘোষণা কৰিছিল।

লগতে পঢ়িব ৯ জন চাইবাৰ অপৰাধীক আটক

Comments are closed.