Breaking

মুকলি আকাশৰ তললৈ অৰবিন্দ কেজৰিৱাল!

0 17

আজি মুকলি আকাশৰ তললৈ আহিব অৰবিন্দ কেজৰিৱাল।

সুৰানীতি কেলেংকাৰিৰ গোচৰত জামিন লাভ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ।

বৃহস্পতিবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতে মঞ্জুৰ কৰে জামিন।

১ লাখ টকা বণ্ডৰ বিনিময়ত জামিন মঞ্জুৰ।

Leave A Reply