Breaking

EDৰ সন্মুখত হাজিৰ নহয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল…

0 52

আজি EDৰ সন্মুখত হাজিৰ নহয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল!

১৩ জানুৱাৰীত চতুৰ্থবাৰৰ বাবে ED-এ কেজৰিৱাললৈ জাৰি কৰিছিল চমন।

EDত হাজিৰ নহৈ গোৱা অভিমুখেহে যোৱাৰ সম্ভাৱনা কেজৰিৱালৰ।

৩ দিন ধৰি গোৱাত কটাব মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

পূৰ্বে ২ নৱেম্বৰ, ২১ ডিচেম্বৰ আৰু ৩ জানুৱাৰীত চমন জাৰি কৰিছিল ED-এ।

Leave A Reply

Your email address will not be published.