Breaking

দিল্লী জলমন্ত্ৰী আতিশী মালেৰ্না অসুস্থ! ৪ দিন ধৰি অনিৰ্দিষ্টকালীন অনশনত আছিল আতিশী…

0 15

দিল্লী জলমন্ত্ৰী আতিশী মালেৰ্না অসুস্থ।

স্বাস্থ্যৰ অধিক অৱনতি ঘটাত লোক নায়ক জয়প্ৰকাশ নাৰায়ণ হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হয়।

হাৰিয়ানাই দিল্লীৰ পানীৰ অংশ মোকলাই নিদিয়াৰ বাবে বিগত ৪ দিন ধৰি অনিৰ্দিষ্টকালীন অনশনত আছিল আতিশী।

অনিৰ্দিষ্টকালীন অনশন কৰি থকা অৱস্থাতে জলমন্ত্ৰী আতিশী হঠাতে পুৱা প্ৰায় ৩ বজাত অসুস্থ হৈ পৰে।

Leave A Reply