Breaking

ধুবুৰীৰ সীমান্ত উপ-আৰক্ষী অধীক্ষক যতীন দাস আটক

0 2,096

ধুবুৰীৰ সীমান্ত উপ-আৰক্ষী অধীক্ষক যতীন দাস আটক

ধুবুৰীৰ আৰক্ষী অধীক্ষক অভিজিত দিলীপৰ নিৰ্দেশত আটক যতীন দাস ,ছিণ্ডিকেটৰে জড়িত আছিল সীমান্ত উপ-আৰক্ষী অধীক্ষকজন, বৰ্তমান ধুবুৰী সদৰ থানাত চলি আছে সোধা-পোছা | ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ

Leave A Reply

Your email address will not be published.