Breaking

ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত বিশ্ব AIDS দিৱস পালন…

0 150

ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত বিশ্ব AIDS দিৱস পালন, উপস্থিত থাকে চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষা ড: অংকুমনি শইকীয়া। সমগ্ৰ বিশ্বৰ লগতে আজি ধুবৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় প্ৰাংগণত বিশ্ব AIDS দিৱস পালন কৰে। চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে AIDS’ৰ পৰা সাত সাৰি থাকিবলৈ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যেই বিভিন্ন ধৰণৰ বাটৰ নাট আদি প্ৰদৰ্শন কৰে, AIDS আক্ৰান্ত ৰোগী সকলৰ লগত কেনেধৰণৰ ব্যৱহাৰ কৰিব লাগে, এই ব্যাধীৰ পৰা বাচি থাকিবলৈ কৰণীয় বিষয় বস্তুৰ ওপৰত বিভিন্ন ধৰণৰ সজাগতা মূলক ব্যাখ্যা দাঙি ধৰে চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে।

সেই সন্দৰ্ভত উপস্থিত ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষা ড: অংকুমনি শইকীয়াৰ ভাষ্য।

Leave A Reply

Your email address will not be published.