Breaking

ধুবুৰীত দুজনকৈ বাংলাদেশী নাগৰিকক উদ্ধাৰ ধুবুৰী আৰক্ষীৰ…

0 59

চিকিৎসাৰ বাবে বাংলাদেশৰ পৰা ২১ মেত ভাৰতত আহিছিল দুজন কৈ বাংলাদেশী নাগৰিক। ধুবুৰীৰ অমিনাৰ চৰত এজন ব্যক্তিয়ে নিজৰ ঘৰত আশ্ৰয় দিয়াৰ নামত ঘৰত লৈ গৈ সেৱা শুশ্ৰূষা কৰাৰ অন্তত নিশা ডকাইতি কৰাৰ অভিযোগ। পুৱতি নিশা ব্ৰহ্মপুত্ৰ নৈত লৈ গৈ অস্ত্ৰ দেখুৱাই ১৫ লাখ টকা দাবী ৭ জন কৈ দুৰ্বৃত্তৰ।

আজি আৰক্ষীক খবৰ দি টকা দিয়াৰ বাবে সাজু হওঁতেই ধুবুৰী আৰক্ষীয়ে আটক কৰে চাৰি জন কৈ দুৰ্বৃত্তক। ধুবুৰী সদৰ আৰক্ষী থানাত চলিছে সোধাপচা। বাংলাদেশী নাগৰিক দুজনৰ নাম- ৰবিউল ইছলাম আৰু মঅষ্টফা কামাল।অমিনাৰ চৰত।

আটক হোৱা ব্যক্তি চাৰি জনৰ নাম ক্ৰমে:- অশোক আলী,বংশীৰ চৰত ঘৰ, আকাবৰ আলি, স্বা আলম,আসমত আলীৰ ঘৰ । বাংলাদেশী নাগৰিক দুজনৰ নাম- ৰবিউল ইছলাম আৰু মঅষ্টফা কামাল।অমিনাৰ চৰত। আটক হোৱা ব্যক্তি চাৰি জনৰ নাম ক্ৰমে:- অশোক আলী,বংশীৰ চৰত ঘৰ, আকাবৰ আলি, শাহাআলম,আসমত আলী।

Leave A Reply

Your email address will not be published.