Breaking

মহানগৰীত মালিগাঁৱৰ পৰা উদ্ধাৰ ডিমাপুৰৰ যুৱতী…

0 14

মহানগৰীত উদ্ধাৰ ডিমাপুৰৰ যুৱতী। মালিগাঁৱৰ পৰা উদ্ধাৰ কৰা যুৱতী গৰাকী ডিমাপুৰৰ পুৰণা বজাৰৰ আলি থামা বুলি জানিব পৰা গৈছে।

সম্প্ৰতি সাতগাঁওৰ প্ৰজেক্ট smile নামৰ ৰিহেব চেণ্টাৰত ৰখা হৈছে যুৱতী গৰাকীক।

যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে যদি যোগাযোগ কৰিব বিচাৰিলে 8638461585 নম্বৰত যোগাযোগৰ আহ্বান।

Leave A Reply

Your email address will not be published.