Breaking

পশ্চিম কাৰ্বি আংলংঙৰ কান্দুলী সীমান্ত আৰক্ষী চকীত অসম আৰু মেঘালয়ৰ সীমান্ত শান্তি স্থাপন উদ্দেশ্য আলোচনা অনুষ্ঠিত…

0 34

পশ্চিম কাৰ্বি আংলংঙৰ কান্দুলী সীমান্ত আৰক্ষী চকীত অসম আৰু মেঘালয়ৰ সীমান্ত শান্তি স্থাপন উদ্দেশ্য আলোচনা অনুষ্ঠিত ৷ উভয় পক্ষৰ ৰাইজৰ প্ৰতিনিধিত্ব উপস্থিতিত সভাত উপস্থিত পশ্চিম কাৰ্বি কাৰ্বি আংলংঙৰ হামৰেন জিলা কমিচনাৰৰ সীমান্ত শাখা মেজিট্ৰেট আলক গীৰ লস্কৰ ৷হামৰেন আৰক্ষী থানা বিষয়া অমৰজোতি বাইলুং ৷ চছেং আমৰেং উন্নয়ন সমিটি সভাপতি আগস্টিন হানছে সঁহ কাৰঁবি চাত্ৰ সংস্থা সজাতি দল ৷ আনফালে মেঘালয়ৰ প্ৰতিনিধি হিচাপে চাইচিমা আৰক্ষী চকী বিষয়া সঁহ ৱেছ জয়ন্তীয়া হিল ৰ ৰাইজৰ সামাজিক কৰ্মকৰতা প্ৰতিনিধি আৰু কান্দুলী গাওঁৰ গাওঁবুড়া উপস্থিত থাকে ৷

উভয় পক্ষৰ আলোচনা অন্তত পাঁছটা বিষয় সহমত প্ৰকাশ কৰে ক্ৰমে সীমান্তত কেএএচি ৰ এনট্ৰি টেক্স গেট স্থাপন ৷ অবৈধভাৱে মেঘালয়ৰ জয়ন্তীয়া হিলৰ ৰাইজে পশ্চিম কাৰ্বি আংলংঙৰ অনুপ্ৰবেশ তথা মাটি দখল কৰা বন্দ কৰা ৷ খাচীয়া ৰাইজে পশ্চিম কাৰ্বি আংলংঙত বসবাস কৰা সকলো গয়া ৰাইজে কাৰঁবি আংলংঙৰ স্বাযত্ব শাসিত পৰা প্ৰদান কৰা মাটি পট্টা থকাটো বাধ্যতামূলক । সমান্তৰালভাৱে মেঘালয়ৰ বসবাস কৰা কাৰঁবি জনজাতি লোকসকলক মাটি পট্টা প্ৰদান কৰিব লাগিব মেঘালয় চৰকাৰে ৷

মেঘালয়ৰ পৰা দূৰব্‌ক্ত দ্বাৰা অবৈধভাৱে পশ্চিম কাৰ্বি আংলংঙৰ সীমান্ত বনজ সম্পদ ধবংসৰ কাৰ্য্য বন্দ কৰা লগতে বিনা অনুমতি বিল পুখুৰীত জংগলৰ প্ৰবেশৰ নিশেষ ৷ অৱশেষত বৰ্তমান নিৰ্মাণ হৈ থকা বৈঠালাং হামৰেন আৰু কান্দুলীলৈ যোৱা পথৰ আচাম মালা পথৰ নিৰঁমাণৰ কোনো ও বাধা কৰিব নোবাৰি বুলি সভা গ্‌হিত হয় ৷চছেং আমৰেং উন্নয়ন সমিটি নেতৃত্বত আলোচনা মৰ্মে মেঘালয় জয়ন্তীয়া প্ৰতিনিধি সকলেও সহমত প্ৰকাশ কৰে বুলি চছেং আমৰেং উন্নয়ন সমিটি অধক্ষ্য আগোষ্টিন হানছে প্ৰকাশ কৰে ৷

Leave A Reply

Your email address will not be published.