Breaking

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত ২ নং নাম্বাৰপাৰা এম ই এম স্কুলৰ ছাত্ৰ ছাত্ৰীৰ ভোজন বিতৰণ।

0 2,014

আজি ৰাতিপুৱা বঙাইগাঁও জিলাৰ ২ নং নাম্বাৰপাৰা এম ই এম স্কুলত ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ লগতে কমিটিৰ মানুহক লগত লৈ প্ৰধান শিক্ষকে ৯৫ জন ছাত্ৰ ছাত্ৰীৰ খাদ্য সামগ্ৰী বিতৰণ কৰে। কোনো ধৰণৰ বেমেজালি নকৰি ছাত্ৰ ছাত্ৰীক খাদ্য সামগ্ৰী বিতৰণ কৰাৰ স্থানীয় ৰাইজে প্ৰত্যেক কৰি ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ লগতে স্হানীয় ৰাইজে সন্তষ্টি প্ৰকাশ কৰে।জানিব পৰা মতে আন আন স্কুলত বহুত ধৰণৰ দূৰ্নীতিৰ অভিযোগ আছে কিন্তু ২ নং নাম্বাৰপাৰা এম ই এম স্কুলত কোনো ধৰণৰ দূৰ্নীতিৰ নাই বুলি সাংবাদিকৰ আগত মন্তব্য কৰে প্ৰধান শিক্ষকে। চৰকাৰী নীতি নিয়ম মানি চৰকাৰী নিদেৰ্শ মৰ্মে ছাত্ৰ ছাত্ৰীৰ মাজত ভোজন বিতাড়ন কৰে।শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে যি নতুন নীতি নিয়ম বান্ধি দিছে সেই নীতি নিয়ম মানি আজিৰ পৰা বিদ্যালয়, মহাবিদ্যালয় পাঠ ধান আৰম্ভ কৰিব বুলি জানিব দিয়ে প্ৰধান শিক্ষকে।

Leave A Reply

Your email address will not be published.