তিৱা স্বায়ত্ব পৰিষদৰ সিদ্ধান্ত মৰ্মে প্ৰতিটো তিৱা পৰিষদীয় সমষ্টিত প্ৰথম পৰ্যায়ত বিতৰণ কৰিবলগীয়া মাক্স,চেনিটাইজাৰ আৰু সজাগতামূলক গোহাৰি পত্ৰ ইতিমধ্যে দিবলৈ আৰম্ভ কৰিছে। বুধবাৰ 9 নং দমাল পৰিষদীয় সমষ্টিৰ সদস্য তথা প্রাক্তন মুখ্যকায্যবাহী সদস্য পৱন মান্তাই,গুনামৰা, বুঢ়াগাওঁ,মৰাকলং আদি গাঁৱলৈ গৈ প্ৰায় ছয় হাজাৰ লোকক ক’ভিড প্ৰট’কল বিধিৰ নিয়মানুসাৰে মাক্স, চেনিটাইজাৰ আৰু সজাগতামূলক গোহাৰি পত্ৰ বিতৰণ কৰে। এইক্ষেত্ৰত তেখেতক সহযোগীতা আগবঢ়ায় গুনামৰা ৰাইজৰ লগতে দলীয় কৰ্মীসকলে।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- International Peace Day: আজি আন্তৰ্জাতিক শান্তি দিৱস
- Delhi New CM Atishi Marlena:আজি দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব আতিশী মাৰ্লেনাই। আতিশী হ’ব দিল্লীৰ তৃতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী
- Jayanta Hazarika: শিল্পী জয়ন্ত হাজৰিকাৰ জন্ম জয়ন্তী উদযাপন
- Jinki Mili Online Trading:ডিব্ৰুগড় সদৰ থানাত জিংকি মিলি
- Mising Autonomous Council: মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিক মৰ্যাদা অবিহনে আন্দোলন অব্যাহত থাকিব
- Smart meters: স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বিৰোধী ঐক্য মঞ্চৰ বিক্ষোভ
- Auspicious Bhado Month: চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নংপোৰ মাৰাংগাৰত শঙ্কৰদেৱ নামঘৰত এমহীয়া পৱিত্ৰ ভাদমহীয়া নামৰ সামৰণি
- AJYCP protests against ONGC: নাজিৰাত ONGCৰ থলুৱাবিৰোধী নীতিৰ বিৰুদ্ধে AJYCPৰ বিক্ষোভ
- Oil and gas drilling in Gibbon Sanctuary: গিবনত তেল-গেছ খননৰ সিদ্ধান্তৰ কঠোৰ বিৰোধিতা আটাছুৰ
- Nagaon District Medicine Dealers’ Association:ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতেই মুহূৰ্তে মুহূৰ্তে ৰং সলনি কৰিছে নগাঁৱৰ ঔষধ ব্যৱসায়ী সন্থাই