Breaking

অসম মন্ত্ৰী সভাৰ দপ্তৰ বিতৰণ; কোনে লাভ কৰিলে কি কি বিভাগ

0 2,349

অসম মন্ত্ৰী সভাৰ দপ্তৰ বিতৰণ; কোনে লাভ স্বাস্থ্য,‌‌শিক্ষা আদি বিভাগৰ মন্ত্ৰী পদ

১)মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত থাকিব গৃহ আৰু লোকনিৰ্মাণ বিভাগ

২)কেশৱ মহন্তৰ হাতত থাকিব স্বাস্থ্য বিভাগ।

৩) ৰনোজ পেগুক শিক্ষা আৰু ভৈয়াম জনজাতি উন্নয়ন দপ্তৰ ।

৪) কৃষি, পশুপালন,‌‌‌অসম চুক্তি ৰূপায়নৰ দায়িত্ব অতুল বৰাক।

৫) বন, আবকাৰী, আৰু মীন বিভাগৰ দায়িত্ব পৰিমল শুক্লবৈদ্যক।

৬) হস্ততাঁত আৰু ভূমি সংৰক্ষণ বিভাগৰ দায়িত্ব ইউ জি ব্ৰহ্মক।

৭) অজন্তা নেওগক বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ দায়িত্ব।

৮) বিমল বৰাক ক্ৰীড়া আৰু যুৱ কল্যান,সাংস্কৃতিক, শক্তি আৰু পৰ্যটন বিভাগৰ দায়িত্ব দিয়া হৈছে

৯) পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, খাদ্য আৰু অসমৰিক যোগান বিভাগৰ দায়িত্ব ৰঞ্জিত দাসক।

১০) ৰাজহ আৰু দুৰ্যোগ বিভাগৰ দায়িত্ব যোগেন মোহনক।

১১) চাহ জনজাতিৰ উন্নয়ন আৰু শ্ৰম বিভাগৰ দায়িত্ব সঞ্জয় কিষানক।

১২) অশোক সিংঘালক গুৱাহাটী উন্নয়ন,নগৰ উন্নয়ন আৰু জলসিঞ্চন বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে ।

১৩)পীয়ুষ হাজৰিকাক জলসম্পদ,তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে ।

১৪) পৰিবহন,উদ্যোগ,বানিজ্য আৰু সংখ্যালঘু উন্নয়ন বিভাগৰ দায়িত্ব চন্দ্ৰ মোহন পাটোৱাৰীক ।

Leave A Reply

Your email address will not be published.