Breaking

জিলা ভিত্তিক এদিনীয়া হা ডু ডু খেল প্ৰতিযোগিতা ২০২৪

0 19

জালিকুৰা গাওঁৰ যুৱ সংগৰ উদ্যোগত আৰু Direct News Asom চেনেলৰ সহযোগত বিৰাট এখন এদিনীয়া হা ডু ডু খেল প্ৰতিযোগীতাৰ আয়োজন কৰিছে

উক্ত খেল খনত B টিমৰ খেলুৱাই সকলে অংশ গ্ৰহণ কৰিব পাৰিব।

হা ডু ডু খেল খনত প্ৰথম পুৰুস্কাৰ হিচাপে থাকিব ছকেচ এটা ।

দ্বিতীয় পুৰুস্কাৰ হিচাপে থাকিব ড্ৰেছিং আয়না এটা।

খেল খন B টিমৰ খেল হব দলৰ । ইয়াত A দলৰ খেলুৱাই খেলিব নোৱাৰিব প্ৰতিজন খেলুৱৈ জাৰ্চি পৰিধান কৰাটো বাধ্যতামূলক দলত ৭ জনকৈ খেলুৱাই হব লাগিব।
আৰু খেল খন সম্পুৰ্ন ফুল বডিত অনুষ্ঠিত কৰা হব।

খেল খেলি থকা অবস্থাত খেলুৱাই সকলে কোনো ধৰণৰ কথা বতৰা আৰু মাত মাতিব নোৱাৰিব।

খেল খেলি থকা অবস্থাত কোনো খেলুৱাই দুখ পালে বা হাত ভৰি ভাঙিলে কমিটি দায়ি নহব।

খেলৰ ভৰ্তি মাচুল মাত্ৰ 401 টকা।

খেল চলি থকা অৱস্থাত কমিটিৰ আৰু ৰেফাৰীৰ সিন্ধান্তই চুৰান্ত সিন্ধান্ত বুলি গণ্য কৰা হব।

ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত জালিকুৰা গাওঁৰ চম্পানৈৰ কাষত এই খেল খন অনুস্তিত কৰা হব।

খেলৰ সভাপতি ছফিকুল ইছলাম সহ সম্পাদক মস্তাজুৰ ৰহমান।নো দলে যদি যোগদান কৰিব বিচাৰে তেন্ত 7086210603 নাইবা 8638739023 নম্বৰত যোগাযোগ কৰিব ।।

Leave A Reply

Your email address will not be published.