Breaking

দীপাৱলীৰ উপহাৰ! ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ অতিৰিক্ত ডিয়াৰনেছ ভাট্টা…

0 222

মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত বিশেষ সিদ্ধান্ত।


ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে ১ ডিচেম্বৰ ২০২৩ৰ পৰা ৪% অতিৰিক্ত ডিয়াৰনেছ ভাট্টা লাভ কৰিব।


জুলাই ২০২৩ৰ পৰা নৱেম্বৰ ২০২৩লৈ কাৰ্যকৰী হোৱা বকেয়া ডিয়াৰনেছ ভাট্টা দুটা সমান কিস্তিত পৰিশোধ কৰা হ’ব।


৫০% বকেয়া ভাট্টাৰ প্ৰথম কিস্তি ডিচেম্বৰত পৰিশোধ কৰা হ’ব। আনহাতে বাকী ৫০% এপ্রিল ২০২৪-ত পৰিশোধ কৰা হ’ব।


ইয়াৰ সৈতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ মুঠ ডিয়াৰনেছ ভাট্টা এতিয়া ৪৬%।

Leave A Reply

Your email address will not be published.