Breaking

কেঁ‌চা হালধীৰ গুণাগুণৰ বিষয়ে জানেনে?

0 2,055

কেঁচা হালধীৰ গুণাগুণৰ বিষয়ে আপুনি অলপ হ’লেও জ্ঞাত।কেঁচা হালধীৰ আছে বহু গুণ।আমাৰ দেহৰ বাবে কেঁচা হালধীৰ অতি উপকাৰী।কেঁচা হালধী বেমাৰ আজাৰৰ পৰা আৰম্ভ কৰি স্বাস্থ্য ভালে ৰখাত সহায় কৰে কেঁচা হালধীয়ে।কেঁচা হালধী মহষৌধি বুলিও কোৱা হয়।বিভিন্ন ধৰণৰ ৰোগ নিৰাময়ৰ প্ৰতিৰোধক হিচাপে হালধী বহুল ভাৱে ব্যৱহাৰ কৰা হয়।আনহাতে হালধীক স্বাস্থ্যকৰ মছলা বুলিও কোৱা হয়।হালধী গুণাগুণ সমূহ হৈছে-
১.হালধী হৃদ ৰোগৰ বাবে অতি উপকাৰী। কেঁচা হালধীয়ে দেহত বৃদ্ধি পোৱা কলেষ্টৰল পৰিমাণ হ্ৰাস কৰাত যথেষ্ট সহায় কৰে।সেয়েহে কেঁ‌চা হালধী নিয়মীয়াকৈ সেৱন কৰিব লাগে।যাৰ ফলত হৃদ ৰোগৰ পৰা ৰক্ষা পাব পাৰি।

২.শৰীৰৰ যিকোনো ধৰণৰ কটা-ছিঙা বা ঘাঁ আদি হ’লে তাত কেঁচা হালধিৰ প্ৰলেপ লগালে সোনকালে ভাল পোৱা যায়।

৩. শৰীৰৰ গাঁঠিৰ বিষ হ’লে হালধীৰ উপকাৰিতা দেখা যায়। হালধীয়ে গাঁঠি জোৰাৰ বিষ নিৰাময় কৰে। 

৫.আনহাতে হালধীয়ে ছালৰ সংক্ৰমণ ৰোধ কৰে। শালমন, কলা দাগ, ৰ’দে  পোৰা আদিত হালধীৰ ব্যৱহাৰ কৰিলে অলপ হ’লেও ভাল পিৱা যায়।

৬. হালধী মুখৰ উজ্বলতাৰ বাবেও অতি উপকাৰী। 

৭. ৰাতিপুৱা সময়ত গাখীৰ লগত কেঁ‌চা হালধী ৰস খালে শৰীৰ এলাৰ্জি সমূহ নাইকিয়া হয় আৰু তেজৰ বাবেও অতি ভাল । 

৮. হালধি চৰ্দি- জ্বৰৰ ৰোগৰ বাবে উপকাৰী। প্ৰতিদিনে কেঁচা হালধি গাখীৰত দি খালে চৰ্দি – জ্বৰ আদিৰ পৰা সকাহ পাব পাৰি। 

৯. হালধীয়ে মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰে। হালধী মধুমেহ ৰোগৰ বাবে উপকাৰী। 

১০. জুইয়ে পোৰাৰ বাবে হালধি উপকাৰী। জুইয়ে পোৰা অংশত হালধিৰ প্ৰলেপ লগালে কিছু সকাহ পোৱা যায়।

Leave A Reply

Your email address will not be published.