Breaking

আজি দেশজুৰি চিকিৎসকৰ কৰ্মবিৰতি…

0 37

আজি দেশজুৰি চিকিৎসকৰ কৰ্মবিৰতি। জৰুৰীকালীন সেৱাৰ বাদে আন সকলো সেৱাৰ পৰা বিৰত থাকিব চিকিৎসকসকল।

কলকাতাত মহিলা চিকিৎসকক ধৰ্ষণ-হত্যাৰ প্ৰতিবাদত IMA-এ ঘোষণা কৰিছে কৰ্মবিৰতি। আজি পুৱা ৬ বজাৰ পৰা কাইলৈ পুৱা ৬ বজালৈ কৰ্মবিৰতি।

কলকাতাত চিকিৎসকক ধৰ্ষণ-হত্যাৰ বিৰূদ্ধে শুক্ৰবাৰে চৰকাৰী গুৱাহাটী আয়ুৰ্বেদিক মহাবিদ্যালয়তো ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদী সমদল

Leave A Reply

Your email address will not be published.