Breaking

সাৱধান! মাছকে ধৰি এই ৪টা বস্তুৰ লগত ভুলতো নাখাব নেমু…

0 50

নেমুৰ বহু উপকাৰিতা আছে যদিও নেমু সঠিক সময়ত আৰু সঠিক বস্তুৰ সৈতেহে খাব লাগে। আজি আমি আপোনালোকক কিছুমান খাদ্যৰ বিষয়ে কম যিবোৰৰ সৈতে নেমু খাব নালাগে। কোনবোৰ খাদ্যৰ সৈতে নেমু খাব নালাগে জানো আহক-

নেমুৰ অম্লীয় প্ৰকৃতিয়ে গাখীৰত থকা প্ৰটিনবোৰ দৈৰ দৰে জমা কৰি পেলায়। ই হজম শক্তি লেহেমীয়া কৰি গেছ, ডায়েৰিয়া আদিৰ সৃষ্টি কৰিব পাৰে। সেয়ে গাখীৰৰ ভিতৰত বা পিছত নেমু দিব নালাগে। নেমুৰ ৰসে মাছত থকা প্ৰটিনবোৰো কঠিন কৰি তুলিব পাৰে, যাৰ ফলত হজম কৰাত অসুবিধা হয়। ইয়াৰ উপৰিও মাছৰ প্ৰাকৃতিক সোৱাদতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে।কণীত প্ৰটিন থাকে, সেইবাবে কণীৰ সৈতে নেমু খাব নালাগে। দৈৰ সৈতে নেমু খালে পেটৰ ক্ষতি হ’ব পাৰে। লেমন এচিডে দৈত থকা ভাল বেক্টেৰিয়া ধ্বংস কৰে, যাৰ ফলত পাচনতন্ত্ৰ দুৰ্বল হয় আৰু এচিডিটি বৃদ্ধি কৰিব পাৰে।

Leave A Reply

Your email address will not be published.