Breaking

ৰাজ্য কঁপাই যোৱা ডাবল মাৰ্ডাৰৰ অভিযুক্ত অৰূপ ডেকাৰ জামিন লাভ…

0 157

ৰাজ্য কঁপাই যোৱা ডাবল মাৰ্ডাৰৰ অভিযুক্ত অৰূপ ডেকাৰ জামিন লাভ ৷

শংকৰী দে’, অমৰজ্যোতি দে’ হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত আছিল অৰূপ৷

বৰ্তমানেও ন্যায়িক জিম্মাত মূল হত্যাকাৰী বন্দনা কলিতা৷ শীঘ্ৰেই জামিন লাভৰ সম্ভাৱনা আনজন অভিযুক্ত ধনটি ডেকাৰো৷

Leave A Reply

Your email address will not be published.