Breaking

চৰাইদেউ মৈদামসমূহ বিশ্ব ঐতিহ্য ক্ষেত্রত অন্তভুৰ্ক্ত হোৱাত সীমা নিৰ্ধাৰণ কমিটিৰ সদস্য, মডেল মেপ প্ৰস্তুতকৰ্তা তথা প্রতিটো জৰীপক নেতৃত্ব দিয়া ড০ আলমৰ কৃতজ্ঞতা প্ৰকাশ…

0 22

২৬ জুলাই, ২০২৪ তাৰিখে ইউনেস্কয়ে চৰাইদেউ মৈদাম সমূহক সাংস্কৃতিক ক্ষেত্রত বিশ্ব ঐতিহ্য হিচাপে ঘোষণা কৰাত চৰাইদেউ মৈদামৰ সীমা নিৰ্দ্ধৰণ কমিটিৰ সদস্য, মুখ্য অঞ্চল নির্বাচন কমিটিৰ সদস্য, মডেল মেপ প্ৰস্তুতকাৰক তথা প্রতিটো জৰীপৰ নেতৃত্ব লোৱা ড০ জাকিৰুল আলমে কৃতজ্ঞতা প্রকাশ কৰে।

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম আৰু দেশৰ ভিতৰত সাংস্কৃতিক ক্ষেত্রত ৪২ তম স্থান পোৱাত এক অলীক সপোন পূৰণ হোৱা বুলি উল্লেখ কৰে।ড° আলমে ভাৰতৰ প্রধানমন্ত্রী, অসমৰ মুখ্যমন্ত্রী, সমগ্ৰ সংবাদ-মাধ্যম, ভাৰতবাসী, অসমবাসী, দল-সংগঠন, প্ৰত্নতত্ত্ব বিভাগ, শিৱসাগৰ জিলা আৰু চৰাইদেউ জিলা প্রশাসন, স্থানীয় ৰাইজ সকলোকে কৃতজ্ঞতা প্ৰকাশ কৰে। পৰৱৰ্তী পৰ্যায়ত প্ৰথম চ্যুকাফা মৈদামক আদি কৰি গড়গাঁওৰ প্ৰায়বোৰ ৰজা-পাৰ্শ্বৱৰ্তী অঞ্চলত আছে।যদিও সকলোবোৰ বেদখলকাৰীৰ চাহ বাগিচানলৈ ৰূপান্তৰ হৈছে।সেয়েহে অসম চৰকাৰৰ এয়াই প্ৰথম কাম হ’ব পৰৱৰ্তী পৰ্যায়ত।

Leave A Reply

Your email address will not be published.