Breaking

‘দৈনন্দিন বাৰ্তা’ৰ স্তম্ভ লেখক ড° অনিল কুমাৰ শইকীয়াৰ বিয়োগ…

0 124

কাকজান মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, সাহিত্যিক, নিবন্ধকাৰ, বিশিষ্ট অৰ্থনীতিবিদ তথা ‘দৈনন্দিন বাৰ্তা’ৰ স্তম্ভ লেখক ড° অনিল কুমাৰ শইকীয়াৰ বিয়োগৰ খবৰটোত সকলো মৰ্মাহত৷

তেওঁৰ মৃত্যু ৰাজ্যবাসীৰ লগতে চুতীয়া জনগোষ্ঠীৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁৰ পূণ্য আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন ‘দৈনন্দিন বাৰ্তা গোষ্ঠীৰ।

Leave A Reply

Your email address will not be published.