Breaking

দেশৰ ১০ গৰাকী জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত ড০ হিমন্ত বিশ্ব শৰ্মা ! INDIA TODAYৰ C ভোটাৰ সমীক্ষাত প্ৰকাশিত হয় এই তথ্য…

0 51

দেশৰ ১০ গৰাকী জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত ড০ হিমন্ত বিশ্ব শৰ্মা।

৪৮.৬ শতাংশ সমৰ্থনেৰে দেশৰ তৃতীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ INDIA TODAYৰ C ভোটাৰ সমীক্ষাত প্ৰকাশিত হয় এই তথ্য৷

জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ শীৰ্ষত ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক, দ্বিতীয় স্থানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ৷

Leave A Reply

Your email address will not be published.