Breaking

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত ল’লে ড০ ননীগোপাল মহন্তই…

0 26

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত ল’লে ড০ ননীগোপাল মহন্তই। আজি তিনিখনকৈ বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যৰ শপতগ্ৰহণ।

ৰাজভৱনত অনুষ্ঠিত হয় এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান । ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত গ্ৰহণ ঘনপতি ডেকাৰ।

ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত মানৱেন্দ্ৰ দত্ত চৌধুৰীৰ । ৰাজ্যপালে শপত গ্ৰহণ কৰোৱালে তিনিওগৰাকী নৱনিযুক্ত উপাচাৰ্যক। অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু।

Leave A Reply

Your email address will not be published.