Breaking

ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ…

0 18

ধুবুৰীৰ বৌ বজাৰত দুগৰাকী ড্ৰাগছ সৰবৰাহকাৰী বেগ লৈ বজাৰৰ ভিতৰত সোমাইছিল। যুৱক দুজন ঘূৰি ফুৰা দেখি ৰাইজৰ সন্দেহ হোৱাত সোধা পোছা কৰাৰ পিছত হঠাৎ দৌৰি পলাই যাবলৈ ধৰে।

তেতিয়াই আৰক্ষীয়ে খেদি খেদি এজনক আটক কৰিবলৈ সক্ষম হয় আৰু এজন পলাই যায়। যুৱক দুজন কোচবিহাৰৰ পৰা ট্ৰেইনেৰে ধুবুৰীত আহিছিল। আটক হোৱা সুজিত বৰ্মন নামৰ এইগৰাকী ড্ৰাগছ ব্যৱসায়ীয়ে বৃহৎ পৰিমানৰ নিচা জাতীয় কফ চিৰাপ বিক্ৰী কৰিবলৈ আহিছিল।

Leave A Reply