Breaking

চাংসাৰিত ড্ৰাগছ জব্দ, আটক এজনক…

0 56

চাংসাৰি বুলি ক’লেই এতিয়া যেন ড্ৰাগচৰ ঘাটিত পৰিণত হৈছে সমগ্ৰ অঞ্চল। ড্ৰাগচৰ বিপক্ষে সময়ে সময়ে চাংসাৰি আৰক্ষীয়ে অভিযান চলাই অহাৰ পাছতো একাংশ ড্ৰাগচ মাফিয়াই অতি সংগোপণে চলাই আহিছে ড্ৰাগছৰ বেহা। যাৰ বাবে বহু পৰিয়াল,বহু যুৱক এতিয়া ধ্বংসৰ গৰাহত।

আজি পুৱাই চাংসাৰি আৰক্ষীয়ে ড্ৰাগছৰ বিপক্ষে কৰে বৃহৎ সফলতা। আজি পুৱাই চাংসাৰি আৰক্ষীৰ জালত পৰে আৰিফুল নামৰ ড্ৰাগচ সৰবৰাহকাৰী। চাংসাৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভৰত দলৈৰ নেতৃত্বত এই অভিযান। অভিযান কালত ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ,ব্ৰাউন ছুগাৰ নগদ ধনৰ লগতে মোবাইল ফোন ও জব্দ কৰে আৰক্ষীয়ে।

Leave A Reply

Your email address will not be published.