Breaking

প্ৰচণ্ড গৰমৰ বাবে বিদ্যালয়তে ঢলি পৰিল দুগৰাকী ছাত্ৰী…

0 50

নগাঁৱৰ কচুৱাত অঘটন।

প্ৰচণ্ড গৰমৰ বাবে বিদ্যালয়তে ঢলি পৰিল দুগৰাকী ছাত্ৰী।

ততাতৈয়াকৈ কচুৱা মডেল হাস্পতালত ভৰ্তি ছাত্ৰী দুগৰাকীক।

কচুৱাৰ গাৰ্লছ হাইস্কুল আৰু কচুৱা তিনিআলি জাতীয় বিদ্যালয়ৰ দুগৰাকীকৈ ছাত্ৰী চিকিৎসাধীন‌।

বৰ্তমান কিছু পৰিমানে সুস্থ যদিও চিকিৎসকৰ তত্বাৱধানত চিকিৎসা প্ৰদান কৰি থকা হৈছে ছাত্ৰী দুগৰাকীক।

উল্লেখ্য যে চৰকাৰে বান্ধি দিয়া নিয়ম মতেই বিদ্যালয়ৰ পাঠদান কাৰ্য্য চলি আছিল আৰু ছুটিৰ পূৰ্বই এই ঘটনা সংঘটিত হয়।


Leave A Reply

Your email address will not be published.