Breaking

দুলীয়াজান আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান, আটক তিনি সৰবৰাহকাৰীক…

0 108

নিশা দুলীয়াজান আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত তিনি ড্ৰাগছ সৰবৰাহকাৰীক আটক।


অভিযানত ASO6 R 0751 এখন ছুইফট ডিজাইয়াৰ গাড়ীসহ AS06 Y 4340 নম্বৰৰ স্কুতি জব্দ কৰিছে আৰক্ষীয়ে।


গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে অইল কলনিত অভিযান চলাই প্ৰথমে বৰুৱা তিনিআলিৰ ঋতুপণ বৰবৰাক আটক কৰে।


ঋতুপণ বৰবৰাৰ চিকাউক্তিৰ ভিত্তিত দুলিয়াজান থাপা বস্তিৰ চাহিল বাল্মীকি আৰু বিজুলীৰৰ প্ৰিয়ংছোঁ বড়োক আটক কৰিছে।


তিনি ড্ৰাগছ সৰবৰাহকাৰীক জিমাৰ পৰা দুলীয়াজান আৰক্ষীয়ে ২.২৮ গ্ৰাম হেৰইন জব্দ কৰিছে ।


এই সন্দৰ্ভত দুলিয়াজান আৰক্ষীয়ে 260/23 u/s279/427 IPC R/W Sec21(a)/27 NDPS Act পঞ্জীয়ন কৰি অনুসন্ধান অব্যাহত ৰাখিছে ।


Leave A Reply

Your email address will not be published.