Breaking

ভূঁইকম্পৰ ফলত নগাঁৱত বিস্তৰ ক্ষতি সাধন

0 382

বুধবাৰে হোৱা ভূঁইকম্পৰ ফলত নগাঁৱত বিস্তৰ ক্ষতি সাধন। নগাওঁ চহৰৰ কাঠমিল চাৰিআলিত দুটাকৈ বাসগৃহত সৃষ্টি হয় বৃহৎ ফাটৰ লগতে বাসগৃহ দুটা বেঁকা হৈ ঢলি পৰে।

Leave A Reply

Your email address will not be published.