Breaking

শনিবাৰে পুৱাই ভূমিকম্পৰ জোকৰাণি, কঁপাই গ’ল ৰাজ্য

0 2,071
  • ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি।শনিবাৰে পুৱা ৮.৩৪ বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ জিলা বুলি জানিব পৰা গৈছে।ভূ-গৰ্ভৰ পৰা ১৪ কিলোমিটাৰ গভীৰতাত ভূমিকম্পটোৰ অভিকেন্দ্ৰ।ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৰিখটাৰ স্কেলত ৩.৯।
Leave A Reply

Your email address will not be published.