ৰাজ্যত অনুভূত ভূঁইকঁপ। (Earthquake)
ভূমিকম্পৰ অভিকেন্দ্ৰ ম্যানমাৰ।
১১বাজি ৫৩ মিনিটত অনুভুত জোকাৰণি।
ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৭.৭।
ম্যানমাৰৰ এভা ব্ৰীজ খহি পৰাৰ লগতে বেংককত খহি পৰিল এটা নিৰ্মীয়মান ৩৬ মহলীয়া অট্টালিকা।
আমহাতে ম্যানমাৰত দুটাকৈ ভূইকঁপে জোকাৰি গ’ল।
ৰিখটাৰ স্কেলত প্ৰথমটো ভূমিকম্পৰ প্ৰাবল্য ৭.২।
দ্বিতীয়টো ভূমিকম্পৰ প্ৰাবল্য ৬.৪।
দুয়োটাৰে ভূমিকম্পৰ অভিকেন্দ্ৰ ম্যানমাৰৰ ছাগাইন।
এই ভয়ংকৰ ভূমিকম্পত বাংলাদেশ, ভাৰত, লাওছ, ম্যানমাৰ, থাইলেণ্ড আৰু চীনত ভূমিকম্পৰ জোকাৰণি অনুভূত হয।
লগতে ভাৰতৰ অসম, দিল্লীকে ধৰি কেইবাখনো ৰাজ্যত অনুভূত হয়।